সূৰ্য নমস্কাৰ - সূৰ্য নমস্কাৰ স্থিতি- সূৰ্যনমস্কাৰৰ প্ৰাৰ্থনা আৰু বীজমন্ত্ৰ
পৌৰাণিক পদ্ধতিমতে সূৰ্য় নমস্কাৰৰ ভংগী হৈছে সাতটা, তাৰে পাঁচতা ভংগী দোহৰা হয় । গতিকে মুঠ ভঙ্গী হয়গৈ বাৰটা। এই ভংঙ্গীসমূহ হৈছে-
পদ্ধতি - ১
ভংঙ্গী প্ৰাৰ্থনা আৰু বীজমন্ত্ৰ
১. প্ৰণাম ভংগী .............................. ....................... ......(ওঁ হ্ৰাং মিত্ৰায় নমঃ)
২. হস্ত উত্তান ভংগী .................................................... ( ওঁ হ্ৰীং ৰবয় নমঃ)
৩. পদ হস্তাসন ভংগী ...................................................( ওঁ হ্ৰাং সূৰ্যায় নমঃ)
৪. অশ্ব সঞ্চালন ভংগী...................................................( ওঁ হ্ৰৈং ভানৱো নমঃ)
৫. পৰ্বত ভংগী ...............................................................( ওঁ হ্ৰৌং খগায় নমঃ)
৬. সাষ্টাঙ্গ প্ৰণাম ভংগী ...................................................( ওঁ হ্ৰঃ পূষণে নমঃ)
৭. ভূজংগাসন ভংগী .......................................................( ওঁ হ্ৰাং হিৰণ্যগৰ্ভায় নমঃ)
৮. পৰ্বত ভংগী ................................................................( ওঁ হ্ৰীং মৰীচয়ে নমঃ)
৯. অশ্ব সঞ্চালন ভংগী.....................................................( ওঁ হ্ৰাং আদিত্যায় নমঃ)
১০. পদবস্তাসন ভংগী.....................................................( ওঁ হ্ৰৈং সবিত্ৰে নমঃ)
১১. হস্ত উত্তান ভংগী........................................................( ওঁ হ্ৰৌং অৰ্কায় নমঃ)
১২. প্ৰণাম ভংগী ..............................................................( ওঁ হ্ৰঃ ভাস্কৰায় নমঃ)
পদ্ধতি - ১
পদ্ধতি - ২
এই পদ্ধতিত প্ৰণাম ভংগাীক স্থিতি অৱস্থা হিচাপে ধৰি হস্ত-উত্তান ভংগীৰ পৰা সূৰ্য নমস্কাৰ ভংগী গণনা কৰা হয় ।
আধাৰ ঃ- শ্ৰদ্ধাৰ বলি নাৰায়ন ফুকন দেৱৰ - যোগ বিজ্ঞান পৰিচয় (প্ৰথম খণ্ড)
0 Comments
Welcome to our Blog